Return to Video

What's New in Firefox: Home Page & New Tab Page

  • 0:00 - 0:05
    [Firefox ত নতুন কি] শেহতীয়া Firefox ৰ সৈতে আপুনি যাবলে বিচৰা স্থানত যোৱাটো এতিয়া সহজ আৰু দ্ৰুত।
  • 0:05 - 0:10
    পুনৰৰূপাঙ্কীত ঘৰ পৃষ্ঠাৰ সৈতে আপুনি এতিয়া আপোনাৰ বৈছিকৈ ব্যৱহাৰ কৰা মেনু বিকল্পসমূহলে অভিগম আৰু গমন কৰা এতিয়া অতি সহজ।
  • 0:11 - 0:15
    ডাউনল'ডসমূহ, পত্ৰচিহ্নসমূহ, ইতিহাস, এড-অনসমূহ, সংমিহলি আৰু সংহতিসমূহৰ নিচিনা।
  • 0:15 - 0:19
    [নতুন টেব পৃষ্ঠা] আমি আপোনাৰ টেব পৃষ্ঠালে উন্নয়নসমূহ যোগ কৰিছো।
  • 0:19 - 0:26
    নতুন টেব পৃষ্ঠাৰ সৈতে, আপুনি এতিয়া এটা ক্লিকৰ সৈতে আপোনাৰ সৰ্বাধিক শেহতীয়া আৰু বৈছিকৈ ভ্ৰমণ কৰা ছাইটসমূহলে অতি সহজে গমন কৰিব পাৰে।
  • 0:26 - 0:32
    নতুন টেব পৃষ্ঠা ব্যৱহাৰ কৰা আৰম্ভ কৰিবলে, আপোনাৰ ব্ৰাউছাৰৰ উপৰফালে থকা '+' ক্লিক কৰি এটা নতুন টেব সৃষ্টি কৰক।
  • 0:32 - 0:39
    নতুন টেব পৃষ্ঠায় এতিয়া আপোনাৰ সৰ্বাধিক শেহতীয়া আৰু বেছিকৈ ভ্ৰমণ কৰা ৱেবছাইটসমূহৰ থাম্বনেইলসমূহ আপোনাৰ ভীষণ বাৰ ইতিহাসৰ পৰা প্ৰদৰ্শন কৰিব।
  • 0:39 - 0:44
    আপুনি এতিয়া আপোনাৰ নতুন টেব পৃষ্ঠা ক্ৰম সলনি কৰিবলে থাম্বনেইলসমূহ টানি স্বনিৰ্বাচন কৰিব পাৰিব।
  • 0:44 - 0:49
    ছাইটক স্থানত লক কৰিবলে পুষপিন ক্লিক কৰক, 'X' বুটাম এটা ছাইট আতৰাবলে।
  • 0:49 - 0:54
    আপুনি ৰিক্ত নতুন টেব পৃষ্ঠালৈ উভতি যাবলৈ পৃষ্ঠাৰ উপৰ সোঁফালে 'গ্ৰিড' আইকন ক্লিক কৰিব পাৰিব।
  • 0:54 - 0:59
    শেহতীয়া Firefox প্ৰাপ্ত কৰক আৰু এই নতুন বৈশিষ্টসমূহ আজিয়ে ব্যৱহাৰ কৰা আৰম্ভ কৰক!
Title:
What's New in Firefox: Home Page & New Tab Page
Description:

Learn about the updated Home Page and New Tab page in the latest Firefox!

Whether it's checking your email or catching up with the latest sports scores and news, Firefox makes it easier and faster than ever before to get to your next browsing task.

more » « less
Video Language:
English
Duration:
01:07
pascalc added a translation

Assamese subtitles

Revisions