1 00:00:00,000 --> 00:00:05,025 [Firefox ত নতুন কি] শেহতীয়া Firefox ৰ সৈতে আপুনি যাবলে বিচৰা স্থানত যোৱাটো এতিয়া সহজ আৰু দ্ৰুত। 2 00:00:05,025 --> 00:00:10,094 পুনৰৰূপাঙ্কীত ঘৰ পৃষ্ঠাৰ সৈতে আপুনি এতিয়া আপোনাৰ বৈছিকৈ ব্যৱহাৰ কৰা মেনু বিকল্পসমূহলে অভিগম আৰু গমন কৰা এতিয়া অতি সহজ। 3 00:00:11,013 --> 00:00:15,034 ডাউনল'ডসমূহ, পত্ৰচিহ্নসমূহ, ইতিহাস, এড-অনসমূহ, সংমিহলি আৰু সংহতিসমূহৰ নিচিনা। 4 00:00:15,058 --> 00:00:19,015 [নতুন টেব পৃষ্ঠা] আমি আপোনাৰ টেব পৃষ্ঠালে উন্নয়নসমূহ যোগ কৰিছো। 5 00:00:19,048 --> 00:00:26,008 নতুন টেব পৃষ্ঠাৰ সৈতে, আপুনি এতিয়া এটা ক্লিকৰ সৈতে আপোনাৰ সৰ্বাধিক শেহতীয়া আৰু বৈছিকৈ ভ্ৰমণ কৰা ছাইটসমূহলে অতি সহজে গমন কৰিব পাৰে। 6 00:00:26,040 --> 00:00:32,021 নতুন টেব পৃষ্ঠা ব্যৱহাৰ কৰা আৰম্ভ কৰিবলে, আপোনাৰ ব্ৰাউছাৰৰ উপৰফালে থকা '+' ক্লিক কৰি এটা নতুন টেব সৃষ্টি কৰক। 7 00:00:32,021 --> 00:00:39,021 নতুন টেব পৃষ্ঠায় এতিয়া আপোনাৰ সৰ্বাধিক শেহতীয়া আৰু বেছিকৈ ভ্ৰমণ কৰা ৱেবছাইটসমূহৰ থাম্বনেইলসমূহ আপোনাৰ ভীষণ বাৰ ইতিহাসৰ পৰা প্ৰদৰ্শন কৰিব। 8 00:00:39,021 --> 00:00:44,013 আপুনি এতিয়া আপোনাৰ নতুন টেব পৃষ্ঠা ক্ৰম সলনি কৰিবলে থাম্বনেইলসমূহ টানি স্বনিৰ্বাচন কৰিব পাৰিব। 9 00:00:44,021 --> 00:00:49,026 ছাইটক স্থানত লক কৰিবলে পুষপিন ক্লিক কৰক, 'X' বুটাম এটা ছাইট আতৰাবলে। 10 00:00:49,026 --> 00:00:54,083 আপুনি ৰিক্ত নতুন টেব পৃষ্ঠালৈ উভতি যাবলৈ পৃষ্ঠাৰ উপৰ সোঁফালে 'গ্ৰিড' আইকন ক্লিক কৰিব পাৰিব। 11 00:00:54,087 --> 00:00:59,047 শেহতীয়া Firefox প্ৰাপ্ত কৰক আৰু এই নতুন বৈশিষ্টসমূহ আজিয়ে ব্যৱহাৰ কৰা আৰম্ভ কৰক!