0:00:00.000,0:00:05.025 [Firefox ত নতুন কি] শেহতীয়া Firefox ৰ সৈতে আপুনি যাবলে বিচৰা স্থানত যোৱাটো এতিয়া সহজ আৰু দ্ৰুত। 0:00:05.025,0:00:10.094 পুনৰৰূপাঙ্কীত ঘৰ পৃষ্ঠাৰ সৈতে আপুনি এতিয়া আপোনাৰ বৈছিকৈ ব্যৱহাৰ কৰা মেনু বিকল্পসমূহলে অভিগম আৰু গমন কৰা এতিয়া অতি সহজ। 0:00:11.013,0:00:15.034 ডাউনল'ডসমূহ, পত্ৰচিহ্নসমূহ, ইতিহাস, এড-অনসমূহ, সংমিহলি আৰু সংহতিসমূহৰ নিচিনা। 0:00:15.058,0:00:19.015 [নতুন টেব পৃষ্ঠা] আমি আপোনাৰ টেব পৃষ্ঠালে উন্নয়নসমূহ যোগ কৰিছো। 0:00:19.048,0:00:26.008 নতুন টেব পৃষ্ঠাৰ সৈতে, আপুনি এতিয়া এটা ক্লিকৰ সৈতে আপোনাৰ সৰ্বাধিক শেহতীয়া আৰু বৈছিকৈ ভ্ৰমণ কৰা ছাইটসমূহলে অতি সহজে গমন কৰিব পাৰে। 0:00:26.040,0:00:32.021 নতুন টেব পৃষ্ঠা ব্যৱহাৰ কৰা আৰম্ভ কৰিবলে, আপোনাৰ ব্ৰাউছাৰৰ উপৰফালে থকা '+' ক্লিক কৰি এটা নতুন টেব সৃষ্টি কৰক। 0:00:32.021,0:00:39.021 নতুন টেব পৃষ্ঠায় এতিয়া আপোনাৰ সৰ্বাধিক শেহতীয়া আৰু বেছিকৈ ভ্ৰমণ কৰা ৱেবছাইটসমূহৰ থাম্বনেইলসমূহ আপোনাৰ ভীষণ বাৰ ইতিহাসৰ পৰা প্ৰদৰ্শন কৰিব। 0:00:39.021,0:00:44.013 আপুনি এতিয়া আপোনাৰ নতুন টেব পৃষ্ঠা ক্ৰম সলনি কৰিবলে থাম্বনেইলসমূহ টানি স্বনিৰ্বাচন কৰিব পাৰিব। 0:00:44.021,0:00:49.026 ছাইটক স্থানত লক কৰিবলে পুষপিন ক্লিক কৰক, 'X' বুটাম এটা ছাইট আতৰাবলে। 0:00:49.026,0:00:54.083 আপুনি ৰিক্ত নতুন টেব পৃষ্ঠালৈ উভতি যাবলৈ পৃষ্ঠাৰ উপৰ সোঁফালে 'গ্ৰিড' আইকন ক্লিক কৰিব পাৰিব। 0:00:54.087,0:00:59.047 শেহতীয়া Firefox প্ৰাপ্ত কৰক আৰু এই নতুন বৈশিষ্টসমূহ আজিয়ে ব্যৱহাৰ কৰা আৰম্ভ কৰক!