[Script Info] Title: [Events] Format: Layer, Start, End, Style, Name, MarginL, MarginR, MarginV, Effect, Text Dialogue: 0,0:00:00.00,0:00:05.02,Default,,0000,0000,0000,,[Firefox ত নতুন কি] শেহতীয়া Firefox ৰ সৈতে আপুনি যাবলে বিচৰা স্থানত যোৱাটো এতিয়া সহজ আৰু দ্ৰুত। Dialogue: 0,0:00:05.02,0:00:10.09,Default,,0000,0000,0000,,পুনৰৰূপাঙ্কীত ঘৰ পৃষ্ঠাৰ সৈতে আপুনি এতিয়া আপোনাৰ বৈছিকৈ ব্যৱহাৰ কৰা মেনু বিকল্পসমূহলে অভিগম আৰু গমন কৰা এতিয়া অতি সহজ। Dialogue: 0,0:00:11.01,0:00:15.03,Default,,0000,0000,0000,,ডাউনল'ডসমূহ, পত্ৰচিহ্নসমূহ, ইতিহাস, এড-অনসমূহ, সংমিহলি আৰু সংহতিসমূহৰ নিচিনা। Dialogue: 0,0:00:15.06,0:00:19.02,Default,,0000,0000,0000,,[নতুন টেব পৃষ্ঠা] আমি আপোনাৰ টেব পৃষ্ঠালে উন্নয়নসমূহ যোগ কৰিছো। Dialogue: 0,0:00:19.05,0:00:26.01,Default,,0000,0000,0000,,নতুন টেব পৃষ্ঠাৰ সৈতে, আপুনি এতিয়া এটা ক্লিকৰ সৈতে আপোনাৰ সৰ্বাধিক শেহতীয়া আৰু বৈছিকৈ ভ্ৰমণ কৰা ছাইটসমূহলে অতি সহজে গমন কৰিব পাৰে। Dialogue: 0,0:00:26.04,0:00:32.02,Default,,0000,0000,0000,,নতুন টেব পৃষ্ঠা ব্যৱহাৰ কৰা আৰম্ভ কৰিবলে, আপোনাৰ ব্ৰাউছাৰৰ উপৰফালে থকা '+' ক্লিক কৰি এটা নতুন টেব সৃষ্টি কৰক। Dialogue: 0,0:00:32.02,0:00:39.02,Default,,0000,0000,0000,,নতুন টেব পৃষ্ঠায় এতিয়া আপোনাৰ সৰ্বাধিক শেহতীয়া আৰু বেছিকৈ ভ্ৰমণ কৰা ৱেবছাইটসমূহৰ থাম্বনেইলসমূহ আপোনাৰ ভীষণ বাৰ ইতিহাসৰ পৰা প্ৰদৰ্শন কৰিব। Dialogue: 0,0:00:39.02,0:00:44.01,Default,,0000,0000,0000,,আপুনি এতিয়া আপোনাৰ নতুন টেব পৃষ্ঠা ক্ৰম সলনি কৰিবলে থাম্বনেইলসমূহ টানি স্বনিৰ্বাচন কৰিব পাৰিব। Dialogue: 0,0:00:44.02,0:00:49.03,Default,,0000,0000,0000,,ছাইটক স্থানত লক কৰিবলে পুষপিন ক্লিক কৰক, 'X' বুটাম এটা ছাইট আতৰাবলে। Dialogue: 0,0:00:49.03,0:00:54.08,Default,,0000,0000,0000,,আপুনি ৰিক্ত নতুন টেব পৃষ্ঠালৈ উভতি যাবলৈ পৃষ্ঠাৰ উপৰ সোঁফালে 'গ্ৰিড' আইকন ক্লিক কৰিব পাৰিব। Dialogue: 0,0:00:54.09,0:00:59.05,Default,,0000,0000,0000,,শেহতীয়া Firefox প্ৰাপ্ত কৰক আৰু এই নতুন বৈশিষ্টসমূহ আজিয়ে ব্যৱহাৰ কৰা আৰম্ভ কৰক!